Search Results
ৰাজ্যত পুনৰ ৩০ জনৰ দেহত ধৰা পৰিছে কৰ'না পজিটিভ। ইয়াকৈ লৈ কৰ'না পজিটিভৰ সংখ্যা বৃদ্ধি পালে ৯১০ লৈ।
ৰাজ্যত পুনৰ ৪ জনৰ দেহত ধৰা পৰিছে কৰ'না পজিটিভ। ইয়াকে লৈ কৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৬৮৬ লৈ।
আজি পুনৰ গোলাঘাট জিলাৰ ১৬ জনৰ দেহত ধৰা পৰিছে কৰ'না পজিটিভ। গোলাঘাটত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ১৫৫ জনলৈ
পুনৰ ১৫ জনৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ। ইয়াৰে ১১ জন কামৰূপ (ম)ৰ, ৩ জন ডিব্ৰুগড়ৰ আৰু এজন লখিমপুৰৰ।
ৰাজ্যত পুনৰ ২৫ জনৰ দেহত ধৰা পৰিছে COVID-19
এইবাৰ গুৱাহাটীলৈ অহা বিমান যাত্ৰীৰ দেহত চিনাক্ত হ’ল কৰ’না ভাইৰাছ
অসমত বৃহস্পতিবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত ৯৭জন লোক।ইয়াকে লৈ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৮০জনলৈ বৃদ্ধি
BREAKING | অসমত নতুনকৈ কৰ’নাত আক্ৰান্ত ২৫জন লোক, ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৫৬জনলৈ বৃদ্ধি
অসমত এহেজাৰৰ সীমা অতিক্ৰম কৰিলে COVID আক্ৰান্তৰ সংখ্যাই। ৰাজ্যত নতুনকৈ ৮৯ জন কৰ’না আক্ৰান্ত চিনাক্ত
শুকুৰবাৰে বিশ্বনাথত নতুনকৈ ১১ জনৰ দেহত পোৱা যায় কৰ'না পজিটিভ। কি পৰিৱেশ বিশ্বনাথত?
গৰাখহনীয়াৰ এক ভয়ংকৰ ৰূপে কেমেৰাৰ সমুখতে বাকৰুদ্ধ কৰি তুলিলে বহুজনক। চকুৰ পলকতে খহাই লৈ গ’ল এটা ঘৰ।
শিঙিমাৰীৰ COVID হাস্পতালখন শীঘ্ৰেই ১০০ খন বিছনালৈ উন্নীত কৰা হ’ব।